কোনো এক সংখ্যাক 839 ৰে হৰণ কৰিলে ভাগশেষ 193 পোৱা যায় । একেটা সংখ্যাক 47 ৰে হৰণ কৰিলে পোৱা ভাগশেষ হৈছেঃ
(A) 3
(B) 25
(C) 5
(D) 33